CLASS IX MATHS -UNIT TEST PAPERS - নৱম শ্ৰেণী- পাঠ গোট পৰীক্ষা -গণিত

1. সত্য নে অসত্য লিখাঃ 1 x 7 = 7

a. প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা ৷

উত্তৰঃ সত্য ৷

b. প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা ৷

উত্তৰঃ অসত্য ৷

c. প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা ৷

উত্তৰঃ অসত্য ৷

d. প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা ৷

উত্তৰঃ সত্য ৷

e. প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা ৷

উত্তৰঃ অসত্য ৷

f. প্ৰতিটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা ৷

উত্তৰঃ অসত্য ৷

g. প্ৰতিটো অখণ্ড সংখ্যাই এটা পৰিমেয় সংখ্যা ৷

উত্তৰঃ সত্য ৷

2. 4/5 ক শতকৰাত প্ৰকাশ কৰা ৷  2

সমাধানঃ 

CLASS IX MATHS -UNIT TEST PAPERS - নৱম শ্ৰেণী- পাঠ গোট পৰীক্ষা -গণিত

3. এটা বস্তুৰ বিক্ৰীমূল্য 1800 টকা ৷ লাভ পালে 300 টকা লাভৰ শতকৰা হাৰ কিমান ? 2

সমাধানঃ 

CLASS IX MATHS -UNIT TEST PAPERS - নৱম শ্ৰেণী- পাঠ গোট পৰীক্ষা -গণিত

4. কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল ৷ তাৰ কিনাদাম আৰু বেচাদামৰ অনুপাত উলিওৱা ৷ 3

সমাধানঃ 

CLASS IX MATHS -UNIT TEST PAPERS - নৱম শ্ৰেণী- পাঠ গোট পৰীক্ষা -গণিত

5. এটা আয়তৰ পৰিসীমা 120 cm আৰু দীঘ 40 cm হ'লে আয়তটোৰ কালি উলিওৱা ৷ 3

সমাধানঃ 

CLASS IX MATHS -UNIT TEST PAPERS - নৱম শ্ৰেণী- পাঠ গোট পৰীক্ষা -গণিত

6. মান উলিওৱাঃ-  2

a.

সমাধানঃ 

CLASS IX MATHS -UNIT TEST PAPERS - নৱম শ্ৰেণী- পাঠ গোট পৰীক্ষা -গণিত

b.

7. 0.9999... ক p/q আকৃতিত প্ৰকাশ কৰা ৷ 2

সমাধানঃ 

CLASS IX MATHS -UNIT TEST PAPERS - নৱম শ্ৰেণী- পাঠ গোট পৰীক্ষা -গণিত

8. 180 মিটাৰ দৈৰ্ঘ্যৰ আৰু 120 মিটাৰ প্ৰস্থৰ আয়তাকাৰ পথাৰ এখনৰ সীমাৰ বাহিৰেৰে 6 মিটাৰ বহল এটা ৰাস্তা আছে ৷ ৰাস্তাটোৰ কালি উলিওৱা ৷ 4